তিনিচুকীয়াত উত্তৰ-পূৱীয় কাউন্সিল অৰ্থাত্ NEC ৰ দ্বাৰা ডনাৰ মন্ত্ৰালয়ৰ অধীনত আঞ্চলিক বহুপ্ৰয়োগী টাউন হল আৰু সাংস্কৃতিক কেন্দ্ৰৰ নিৰ্মাণ।
আগষ্ট,২০১৭ত এই প্ৰকল্পৰ বাবে মুঠ ৭৯৮ লাখ টকা অনুমোদিত হয় য‘ৰ ৭১২.২০ লাখ টকা ভাৰত চৰকাৰ আৰু ৭৯.৮০ লাখ টকা ৰাজ্য চৰকাৰ আৰু সুবিধা লাভ কৰোতাসকলৰ অৱদান। সৰ্বমুঠ ২৮৬.১৮৪ লাখ টকা উন্নয়ন কৰ্তৃপক্ষক মোকলাই দিয়া হৈছে আৰু বৰ্তমানলৈকে এই প্ৰকল্পৰ ৬০ শতাংশ অগ্ৰগতি হৈছে।
বিস্তাৰিত তথ্য : ষ্টেটাছ ৰিপোৰ্টত