মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ Housing & Urban Affairs নগৰ আৰু দেশ উন্নয়ন পৰিচালনা দপ্তৰ

মাষ্টাৰ প্লেন

  • মাষ্টাৰ প্লেন

    অসম উন্নয়নৰ প্ৰথম পৰিকল্পিত প্ৰচেষ্টা আৰম্ভ হৈছিল ১৯৫৫ চনত আৰু পৰৱৰ্ত্তী পৰ্যায়ত ৰাজ্যখনে নগৰ উন্নয়নৰ পৰিকল্পনা প্ৰস্তুতকৰণৰ কাৰণে নিজস্ব নগৰ আৰু দেশ পৰিকল্পনা আইন ১৯৫৭ চনত বলবত্ কৰে।

                এই পৰিচালনা দপ্তৰৰ মুখ্য কৰ্তব্য হৈছে অসম নগৰ আৰু দেশ উন্নয়ন আইন ১৯৫৯ৰ অধীনত নগৰীয়া অঞ্চলসমূহৰ উন্নয়নৰ অৰ্থে মাষ্টাৰ প্লেন প্ৰস্তুত কৰা।এটা নিৰ্দিষ্ট সময়ৰ বাবে  এই মাষ্টাৰ প্লেনসমূহক নগৰীয়া অঞ্চলৰ উন্নয়নৰ বাবে প্ৰস্তুত কৰা আইনগত নথি হিচাপে গণ্য কৰা হয়। এই মাষ্টাৰ প্লেনসমূহ একোটা নিৰ্দিষ্ট সময়ৰ বাবেহে বৈধ আৰু এই সময়সীমা উকলি যোৱাৰ পিছত এই প্লেনসমূহ পুনৰ নিৰীক্ষণ কৰি শুধৰোৱা হয়। একাদশ  পাঁচ বছৰীয়া পৰিকল্পনাৰ সময়ত প্ৰায় ৩৩খন নগৰীয়া অঞ্চলত আৰু আন আন কেন্দ্ৰীয় নগৰীয়া এলেকাৰ উন্নয়নৰ অৰ্থে এখন মাষ্টাৰ প্লেন প্ৰস্তুত আৰু উত্থাপন কৰা হৈছিল। বৰ্তমানলৈকে এই পৰিচালনা আয়োগে চূড়ান্ত আৰু খচৰাকে আদি কৰি ৩৮ সংখ্যক মাষ্টাৰ প্লেন প্ৰস্তুত কৰিছে। তাৰোপৰি নগৰ আৰু দেশ পৰপিকল্পনা দপ্তৰৰ জিলা কাৰ্যালয়সমূহত বৰ্তমান ৪৭ সংখ্যক মাষ্টাৰ প্লেনৰ খচৰা প্ৰস্তুত কৰি থকা হৈছে। নগৰ আৰু দেশ উন্নয়ন পৰিচলানা দপ্তৰে ভৌগোলিক তথ্য পদ্ধতিৰ (GIS)  প্ৰয়োগেৰে ইতিমধ্যে ১৯খন মাষ্টাৰ প্লেন প্ৰস্তুতকৰণৰ উদ্যোগ লৈছে।

    প্ৰধান পৰিকল্পনাসমূহৰ অগ্ৰগতি এনেধৰণৰ-

     

                                                Workshop on Master Plan preparation

    মাষ্টাৰ প্লেনৰ বাস্তৱায়নঃ অসম নগৰ আৰু দেশ উন্নয়ন পৰিচালনা দপ্তৰৰ বিধান ১৯৫৯(সংশোধিত) অনুযায়ী চৰকাৰে উন্নয়ন কৰ্তৃপক্ষৰ গঠন কৰে। এই পৰ্যন্ত ৰাজ্য চৰকাৰে মাস্তাৰ প্লেনৰ প্ৰস্তাৱনা বাস্তৱায়নৰ কাৰণে ২৪ টা উন্নয়ন কৰ্তৃপক্ষ গঠন আৰু মাষ্টাৰ প্লেন অঞ্চলত উন্নয়ন সংগঠিত কৰিছে। পৌৰ আইন সংশোধনৰ পাছত উন্নয়ন কৰ্তৃপক্ষৰ দ্বাৰা এলেকাসমূহত মাষ্টাৰ প্লেনৰ বাস্তৱায়নৰ  কাম ব্যাপকভাৱে হ্ৰাস পাইছে যিহেতু নিজ নিজ এলেকাৰ সংশ্লিষ্ট স্থানীয় সংস্থাসমূহে মাষ্টাৰ প্লেনসমূহক বাস্তৱায়িত কৰিছে।

    তলত দিয়া তালিকাৰ লগত বিভিন্ন চহৰৰ ক্ষেত্ৰীয় মানচিত্ৰঃ

    চহৰক্ষেত্ৰীয় মানচিত্ৰ

    তিনিচুকীয়া

    মানচিত্ৰ চাওঁক

     

    নাহৰকটীয়া

    মানচিত্ৰ চাওঁক

     

    ডিব্ৰুগড়

    মানচিত্ৰ চাওঁক

     

    শিৱসাগৰ

    মানচিত্ৰ চাওঁক

     

    যোৰহাট

    মানচিত্ৰ চাওঁক

     

    গোলাঘাট

    মানচিত্ৰ চাওঁক

     

    নগাওঁ

    মানচিত্ৰ চাওঁক

     

    ডিফু

    মানচিত্ৰ চাওঁক

     

    শিলচৰ

    মানচিত্ৰ চাওঁক

     

    তেজপুৰ

    মানচিত্ৰ চাওঁক

     

    বঙ্গাইগাওঁ

    মানচিত্ৰ চাওঁক

     

     

    নলবাৰী ১৯৯৯

    মানচিত্ৰ চাওঁক

     

    উত্তৰ লক্ষীমপুৰ

    মানচিত্ৰ চাওঁক

     

    বিশ্বনাথ চাৰিআলি

    মানচিত্ৰ চাওঁক

     

    জাগিৰোড

    মানচিত্ৰ চাওঁক

     

     

    মঙ্গলদৈ

    মানচিত্ৰ চাওঁক

     

    কৰিমগঞ্জ

    মানচিত্ৰ চাওঁক

     

    নাজিৰা- শিমলুগুৰি

    মানচিত্ৰ চাওঁক

     

    সোণাৰী

    মানচিত্ৰ চাওঁক

     

    কোকোৰাঝাৰ

    মানচিত্ৰ চাওঁক

     

     

    ধুবুৰী

    মানচিত্ৰ চাওঁক

     

    বৰপেটা

    মানচিত্ৰ চাওঁক

     

    দেৰগাওঁ

    মানচিত্ৰ চাওঁক

     

    গোৱালপাৰা

    মানচিত্ৰ চাওঁক

     

    ধেমাজী

    মানচিত্ৰ চাওঁক

     

    নামৰূপ

    মানচিত্ৰ চাওঁক

     

    ৰঙিয়া

    মানচিত্ৰ চাওঁক

     

    পলাশবাৰী- মিৰ্জা- বিজয়নগৰ

    মানচিত্ৰ চাওঁক

     

    মৰিগাওঁ

    মানচিত্ৰ চাওঁক

     

    শিলাপথাৰ

    মানচিত্ৰ চাওঁক

     

    গোচাইগাওঁ

    মানচিত্ৰ চাওঁক

     

    হমৰেন

    মানচিত্ৰ চাওঁক

     

    লক্ষীমপুৰ

    মানচিত্ৰ চাওঁক

     

    ঢেকিয়াজুলি

    মানচিত্ৰ চাওঁক

     

    ওদালগুৰি

    মানচিত্ৰ চাওঁক

     

    সোণাপুৰ

    মানচিত্ৰ চাওঁক

     

    মাৰ্ঘেৰিটা

    মানচিত্ৰ চাওঁক

     

    বিলাচিপাৰা

    মানচিত্ৰ চাওঁক

     

     

    Downloads
    মাষ্টাৰ প্লেন
    TitleSizeDetail
    Sanction Letter for Preparation of Master Plan936.02 KBswf-image