মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ Housing & Urban Affairs নগৰ আৰু দেশ উন্নয়ন পৰিচালনা দপ্তৰ

নন-লেপচেবল চেণ্ট্ৰেল পুল অৱ ৰিচোৰ্ছেছ

  • NLCPRৰ অধীনত আগষ্ট,২০১৭লৈকে ২৯১.৬১ কোটি মূল্যৰ মুঠ ১৮টা প্ৰকল্প অনুমোদন কৰা হৈছিল। ইয়াৰ ১২০.৮৩ কোটি ভাৰত চৰকাৰ আৰু ১.৪০ কোটি টকা ৰাজ্য চৰকাৰৰ দ্বাৰা মোকলাই দিয়া হৈছে আৰু এই অৰ্থ বৰ্তমান ইউ.এল.বিৰ দ্বাৰা নিৰ্দিষ্ট প্ৰকল্পসমূহত বাস্তৱায়িত কৰা হৈছে। এই ১৮টা প্ৰকল্পৰ ভিতৰত ১টা প্ৰকল্প ইতিমধ্যে সম্পূৰ্ণ হৈছে।

    বিস্তাৰিত তথ্য চাওক : ষ্টেটাছ ৰিপোৰ্টত

    Downloads
    নন-লেপচেবল চেণ্ট্ৰেল পুল অৱ ৰিচোৰ্ছেছ
    TitleSizeDetail
    Summary of NLCPR Schemes209.99 KBswf-image
    Guidelines for Administration of NLCPR115.37 KBswf-image
    Revised Guidelines for Administration of NLCPR118.51 KBswf-image
    Present Status of Projects under NLCPR Schemes126.73 KBswf-image