মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ Housing & Urban Affairs নগৰ আৰু দেশ উন্নয়ন পৰিচালনা দপ্তৰ

অসমৰ নগৰীকৰণ

  • সমগ্ৰ উত্তৰ-পূবৰ ৰাজ্যসমূহৰ ভিতৰত অসমৰ নগৰীয়া জনসংখ্যা সৰ্বোচ্চ, যি হৈছে ৪.৩ মিলিয়ন (২০১১ লোকপিয়ল)। অসমৰ সব্ৰোচ্চ জনসংখ্যাৰ নগৰ গুৱাহাটীত আছে ০.৯ মিলিয়ন চহৰীয়া জনসংখ্যা। আন আন নগৰসমূহৰ জনসংখ্যা এনে ধৰণৰ – নগাঁও (১,১৬,৩৩৫), ডিব্ৰুগড় (১,৩৮,৬৬৯) আৰু শিলচৰ (১,৭২,৭০৯)। ইয়ে এইটো বুজায় যে ২৫ শতাংশতকৈ বেছি নগৰীয়া জনসংখ্যা গুৱাহাটীত থকাৰ উপৰি অসমৰ আন চহৰসমূহতো এক বুজন সংখ্যক জনসংখ্যা আছে। ২০১১ লোকপিয়ল অনুসৰি ৰাজ্যখনৰ নগৰীয়া জনসংখ্যা ১৪ শতাংশ আৰু ই হৈছে ২০০১ লোকপিয়লত ১.২ শতাংশ বেছি। আনহাতে সৰ্বভাৰতীয় ২.৮২ শতাংশ প্ৰতি বছৰৰ (২০০১-২০১১) তুলনাত ই যথেষ্ট কম। (উত্স – ভাৰতবৰ্ষৰ জনসংখ্যাৰ লোকপিয়ল, ২০১১, ৱেবছাইট –)। http://www.censusindia.gov.in

    ২০১১ৰ লোকপিয়ল অনুসৰি নগৰীয়া জনসংখ্যাৰ ভিত্তিত অসমৰ জিলাসমূহৰ স্থান ক্ৰমে এনেকুৱা-

    ২০১১ বৰ্ষত স্থানজিলানগৰৰ জনসংখ্যাৰ শতাংশনগৰৰ জনসংখ্যাৰ শতাংশ

     

     

    ২০১১

    ২০০১

    কামৰূপ নহানগৰ

    ৮২.৯

    ৮০.২৩

    ডিমা হাচাও

    ২৮.৭

    ৩১.৬০

    যোৰহাট

    ২০.১

    ১৭.১৫

    তিনিচুকীয়া

    ২০.০

    ১৯.৪৭

    ডিব্ৰুগড়

    ১৮.৪

    ১৯.২৮

    কাছাৰ

    ১৮.২

    ১৩.৯৪

    বঙ্গাইগাওঁ

    ১৩.৮

    ১৫.৮৭

    গোৱালপাৰা

    ১৩.৭

    ৮.১৪

    নগাও

    ১৩.০

    ১২.২

    ১০

    কাৰ্বি আংলং

    ১১.৮

    ১১.৩০

    ১১

    নলবাৰী

    ১০.৭

    ৩.৯৯

    ১২

    ধুবুৰী

    ১০.৪

    ১২.২৯

    ১৩

    শিৱসাগৰ

    ৯.৬

    ৯.২৪

    ১৪

    কামৰূপ

    ৯.৪

    ৪.৪৩

    ১৫

    গোলাঘাট

    ৯.২

    ৮.৫৪

    ১৬

    কৰিমগঞ্জ

    ৯.১

    ৭.৩৩

    ১৭

    শোণিতপুৰ

    ৮.৯

    ১০.৫৬

    ১৮

    লক্ষীমপুৰ

    ৮.৮

    ৭.৩৩

    ১৯

    বৰপেটা

    ৮.৭

    ৯.১০

    ২০

    মৰিগাওঁ

    ৭.৭

    ৪.৮৯

    ২১

    চিৰাং

    ৭.৪

    ৫.৭৭

    ২২

    হাইলাকান্দি

    ৭.৩

    ৮.১২

    ২৩

    ধেমাজি

    ৭.০

    ৬.৭৯

    ২৪

    কোকোৰাঝাৰ

    ৬.২

    ৬.১১

    ২৫

    দৰং

    ৬.১

    ৫.৪৯

    ২৬

    ওদালগুৰি

    ৪.৫

    ৪.৩৭

    ২৭

    বাক্সা

    ১.৩

    ০.০০

    উত্স – প্ৰভিজনেল পপুলেচন টোটেলছ, পেপাৰ ২, ভলিউম ২,২০১১ লোকপিয়ল, চতুৰ্থ অধ্যায়, পৃষ্ঠা ৪৮।

     ২০০১ৰ ১১০খন নগৰৰ পৰা ২০১১ত ১৮৯খনলৈ বৃদ্ধি হৈছে। যোৱা দশকত অসমৰ নগৰীকৰণ তলৰ তালিকাত অংকিত কৰা হৈছে।

    গণনা বৰ্ষমুঠ নগৰৰ সংহতি / চহৰসমূহমুঠ জনসংখ্যামুঠ চহৰৰ জনসংখ্যাচহৰৰ জনসংখ্যা শতাংশ

    ২০০১

    ১১০

    ২৬৬৫৫৫২৮

    ৩৪৩৯২৪০

    ১২.৯০

    ২০১১

    ১৮৯

    ৩১১৬৯২৭২

    ৪৩৮৮৭৫৬

    ১৪.০৮

              উত্স – প্ৰভিজনেল পপুলেচন টোটেলছ, পেপাৰ ২, ভলিউম ২,২০১১ লোকপিয়ল, চতুৰ্থ অধ্যায়, পৃষ্ঠা ৪৯।
    অসমত মুঠ ১৭খন অনুমোদিত নগৰ আছে। অন্যান্য নগৰসমূহ, যিবোৰ নগৰ আৰু দেশ উন্নয়নৰ অধীন নহয়, তেনে নগৰক এই গণনাত ধৰা হোৱা নাই। এই অনুমোদিত নগৰসমূহৰ আয়তন তথা শ্ৰেণীসমূহ তলৰ তালিকাত উল্লেখ কৰা হৈছে –

    শ্ৰেণী - আকাৰজনসংখ্যাচহৰৰ সংখ্যা

    প্ৰথম শ্ৰেণীৰ চহৰ

    ১ লাখৰ ওপৰত

    দ্বিতীয় শ্ৰেণীৰ চহৰ

    ৫০০০০ৰ পৰা ৯৯৯৯৯ লৈ

    তৃতীয় শ্ৰেণীৰ চহৰ

    ২০০০০ ৰ পৰা ৪৯৯৯৯ লৈ

    ২৩

    চতুৰ্থ শ্ৰেণীৰ চহৰ

    ১০০০০ ৰ পৰা ১৯৯৯৯ লৈ

    ৩৩

    পঞ্চম শ্ৰেণীৰ চহৰ

    ৫০০০ ৰ পৰা ৯৯৯৯ লৈ

    ১৭

    ষষ্ঠ শ্ৰেণীৰ চহৰ

    ৫০০০ ৰ তলত

    ১০

    মুঠ বিধিসংগত চহৰ

    ৯৫(গুৱাহাটী মহানগৰক বাদ দি)