মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ Housing & Urban Affairs নগৰ আৰু দেশ উন্নয়ন পৰিচালনা দপ্তৰ

ক্ষুদ্ৰ আৰু মধ্যমীয়া চহৰৰ বাবে নগৰীয়া আন্তঃগাঁঠনিক উন্নয়ন আঁচনি(

  • নগৰ উন্নয়ন নিগমৰ অধীনত থকা নগৰ আৰু দেশ পৰিকল্পনা দপ্তৰটো হৈছে JUNNRMৰ দুই উপাদান ক্ৰমে ইণ্টিগ্ৰেটেড হাউছিং এণ্ড শ্লাম ডেভেলপমেণ্ট প্ৰগ্ৰাম আৰু আৰবান ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট স্কীম ফৰ স্মল এণ্ড মিডিয়াম টাউনছৰ একোটা ৰাজ্যিক স্তৰৰ মুখ্য সংস্থা অৰ্থাত্ State Level Nodal Agengy (SLNA).

    আগষ্ট ২০১৭ত ভাৰত চৰকাৰে UIDSSMT আৰু JUNNRMৰ অধীনত ২০৮.৫১ কোটি টকা বাজেটৰ ৩০টা ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট প্ৰজেক্ট অনুমোদিত কৰে। বৰ্তমানলৈকে ভাৰত চৰকাৰৰ দ্বাৰা ১৫৩.২২ কোটি টকা আৰ ৰাজ্য চৰকাৰৰ দ্বাৰা ১৯.৬০ কোটি টকা মোকলাই দিয়া হৈছে যাৰ ফলত ইউ.এল.বিসমূহে ১৭টা প্ৰজেক্ট ইতিমধ্যে সম্পূৰ্ণ কৰিছে।

    বিস্তাৰিত তথ্য : ষ্টেটাছ ৰিপোৰ্টত

    Downloads
    ক্ষুদ্ৰ আৰু মধ্যমীয়া চহৰৰ বাবে নগৰীয়া আন্তঃগাঁঠনিক উন্নয়ন আঁচনি(
    TitleSizeDetail
    UIDSSMT status report.pdf174.47 KBswf-image
    uidssmt-guidelines.pdf46.74 KBswf-image
    sanction letter UIDSSMT.pdf1.87 MBswf-image