মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ Housing & Urban Affairs নগৰ আৰু দেশ উন্নয়ন পৰিচালনা দপ্তৰ

উত্তৰ-পূৰ্ৱীয় পৰিষদ

  • তিনিচুকীয়াত উত্তৰ-পূৱীয় কাউন্সিল অৰ্থাত্ NEC ৰ দ্বাৰা ডনাৰ মন্ত্ৰালয়ৰ অধীনত আঞ্চলিক বহুপ্ৰয়োগী টাউন হল আৰু সাংস্কৃতিক কেন্দ্ৰৰ নিৰ্মাণ।

    আগষ্ট,২০১৭ত এই প্ৰকল্পৰ বাবে মুঠ ৭৯৮ লাখ টকা অনুমোদিত হয় য‘ৰ ৭১২.২০ লাখ টকা ভাৰত চৰকাৰ আৰু ৭৯.৮০ লাখ টকা ৰাজ্য চৰকাৰ আৰু সুবিধা লাভ কৰোতাসকলৰ অৱদান। সৰ্বমুঠ ২৮৬.১৮৪ লাখ টকা উন্নয়ন কৰ্তৃপক্ষক মোকলাই দিয়া হৈছে আৰু বৰ্তমানলৈকে এই প্ৰকল্পৰ ৬০ শতাংশ অগ্ৰগতি হৈছে।

    বিস্তাৰিত তথ্য : ষ্টেটাছ ৰিপোৰ্টত

    Downloads
    উত্তৰ-পূৰ্ৱীয় পৰিষদ
    TitleSizeDetail
    NEC at a Glance186.84 KBswf-image
    Present Status of Projects under NEC under Ministry of Doner12.47 KBswf-image
    Sanction Letter of Release of Grant-in-Aid under North Eastern Council to the State Government of Assam1.39 MBswf-image
    Guidelines of North eastern Council(NEC)2.46 MBswf-image