মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ Housing & Urban Affairs নগৰ আৰু দেশ উন্নয়ন পৰিচালনা দপ্তৰ

উত্তৰ-পূব অঞ্চলৰ বাবে ১০ শতাংশ কেন্দ্ৰীয় সাহায্যত গ্ৰহণ কৰা অৱগাঁথনিক প্ৰকল্পসমূহ(

  • এই কাৰ্যক্ৰমৰ অধীনত আগষ্ট,২০১৭ত আৱাস আৰু নগৰৰ দৰিদ্ৰতা হ্ৰাসকৰণ মন্ত্ৰালয়, ভাৰত চৰকাৰৰ দ্বাৰা ১৬খন নগৰৰ বাবে ১০৭.৩৬ কোটি টকা ব্যয়ৰ ১৯টা প্ৰকল্পৰ অনুমোদন কৰা হয়। বৰ্তমানলৈকে ভাৰত চৰকাৰে ৪৫.৫৫ কোটি টকা আৰু ৰাজ্য চৰকাৰে ৯.১১ কোটি টকা এই প্ৰকল্পসমূহৰ ৰূপায়ণৰ বাবে মুকলি কৰি দিছে, যি দায়িত্ব সংশ্লিষ্ট নগৰীয়া স্থানীয় সংস্থাসমূহৰ ওপৰত ন্যস্ত কৰা হৈছে। এই ১৯টা প্ৰকল্পৰ ভিতৰত ৩টা ইতিমধ্যে সম্পূৰ্ণ হৈছে।
    পৰ্যায়ক্ৰমে, নগৰ উন্নয়ন মন্ত্ৰালয়ে ৩২৯.৫৫ কোটি ব্যয়ৰ ৪৩টা অৱগাঁথনিক প্ৰকল্প ৩২খন নগৰৰ বাবে অনুমোদিত কৰিছে। এই পুঁজিৰ ১৬৯.৫৪ কোটি টকা ৰাজ্য চৰকাৰৰ দ্বাৰা সংশ্লিষ্ট নগৰীয়া স্থানীয় সংস্থা/উন্নয়ন কৰ্তৃপক্ষক মুকলি কৰি দিয়া হৈছে। এই ৪৩টা প্ৰকল্পৰ ভিতৰত ১২টা প্ৰকল্প ইতিমধ্য়ে সফলতাৰে সম্পূৰ্ণ হৈছে।

    Downloads
    উত্তৰ-পূব অঞ্চলৰ বাবে ১০ শতাংশ কেন্দ্ৰীয় সাহায্যত গ্ৰহণ কৰা অৱগাঁথনিক প্ৰকল্পসমূহ(
    TitleSizeDetail
    Guidelines for Sanction and Implementation of Projects out of 10% Lump Sum Provision for the Benefit of N.E Region199.31 KBswf-image
    Revised Guidelines for Sanction and Implementation of Projects out of 10% Lump Sum Provision for the Benefit of N. E Region96.71 KBswf-image
    Status Report of Implementation of Projects of MOUD under 10% Pool Fund in Assam206.91 KBswf-image
    Status Report of Implementation of Projects of MoHUPA under 10% Pool Fund in Assam26.05 KBswf-image