মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ Housing & Urban Affairs নগৰ আৰু দেশ উন্নয়ন পৰিচালনা দপ্তৰ

অসমৰ উন্নয়ন কৰ্তৃপক্ষ

  • নগৰ আৰু দেশ পৰিকল্পনা আইন,১৯৫৯ৰ অধীনত নগৰ আৰু দেশ পৰিকল্পনা প্ৰস্তুত কৰা মাষ্টাৰ প্লেনসমূহ ৰূপায়ণ কৰিবৰ বাবে অসমত উন্নয়ন কৰ্তৃপক্ষ গঠন কৰা হৈছে। অসমত ২৪ সংখ্যক উন্নয়ন কৰ্তৃপক্ষ আছে আৰু অসম নগৰ আৰু দেশ পৰিকল্পনা আইন, ১৯৫৯ (সংশোধিত) অনুসৰি এিবিলাক কাৰ্যাৱলী হৈছে এনে ধৰণৰ –

    • মাষ্টাৰ প্লেন ৰূপায়ণ
    • বিল্ডিং নিৰ্মাণ, বিল্ডিং পুনৰনিৰ্মাণ, বিল্ডিং অপসাৰণ আদি কাৰ্যৰ বাবে সন্মতি প্ৰকাশ
    • এই আইনৰ অধীনত ভূমি লীজ, বিনিময় আৰু হস্তান্তৰ কৰা
    • নগৰ অঞ্চলৰ উন্নয়নশীল আঁচনি প্ৰস্তুত আৰু ৰূপায়ণ।
    • আন্তঃগাঁঠনিমূলক আৰু অন্যান্য সেৱা যেনে- বাট-পথ, নিষ্কাষণ, নৰ্দমা, পানী যোগান আদিৰ ব্যৱস্থা।

    ওপৰোক্ত কাৰ্যাৱলীসমূহ সম্পন্ন কৰিবৰ বাবে নগৰ উন্নয়ন কৰ্তৃপক্ষৰ কিছু বিত্তীয় ক্ষমতাও আছে। প্ৰসাসনৰ ব্যসমূহৰ বাবে উন্নয়ন কৰ্তৃপক্ষক ৰাজ্য চৰকাৰৰ দ্বাৰা প্ৰতি বছৰে এক সহকাৰী অনুদান আগবঢ়োৱা হয় যাৰ দ্বাৰা কৰ্তৃপক্ষৰ নিম্নতম প্ৰয়োজনসমূহ পূৰণ কৰিব পাৰি। নগৰ উন্নয়ন কৰ্তৃপক্ষৰ নিজস্ব বিত্তীয় উত্সসমূহ এনে ধৰণৰ –

    • বিল্ডিঙৰ অনুমতিৰ বাবে মাচুল।
    • ভূমি বিক্ৰী অনুমতি আৰু প্ৰক্ৰিয়াৰ বাবে মাচুল।
    • স্থান আৰু সেৱাসমূহৰ আঁচনি।
    • নগৰ উন্নয়ন কৰ্তৃপক্ষই বেংকৰ পৰা ঋণ লোৱাৰ লগতে চৰকাৰৰ অনুদান, ঋণ আদিও লব পাৰে।

    অসম টাউন আৰু দেশ পৰিকল্পনা আইন,১৯৫৯ আৰু অসম পৌৰ আইন,১৯৫৬ৰ সংশোধনৰ ফলস্বৰূপে ৭৪তম সাংবিধানিক সংশোধনী আইন,১৯৯২ৰ চৰ্ত অুযায়ী উন্নয়ন কৰ্তৃপক্ষৰ অনুমোদন বিল্ডিং অনুমতি আৰু ভূমি বিক্ৰী অনুমতিৰ ক্ষমতাসমূহ পৌৰসভা বা টাউন কমিটীসমূহলৈ হস্তান্তৰ কৰা হৈছে। আনহাতে, নগৰ উন্নয়ন কৰ্তৃপক্ষৰ হাতত পৌৰ সীমাৰ বাহিৰৰ অঞ্চলত মাষ্টাৰ প্লেন চৰ্তসমূহ ৰূপায়ণ আৰু বলবত্ কৰাৰ ক্ষমতা ৰয়। তেনে অঞ্চলৰ অৱগাঁথনিক উন্নয়নৰ আঁচনিসমূহো নগৰ উন্নয়ন কৰ্তৃপক্ষৰ হাতত ন্যস্ত হৈ আছে।
    যিহেতু নগৰ উন্নয়ন কৰ্তৃপক্ষৰ অধিক্ষেত্ৰ পৌৰ এলেকাৰ বাহিৰত পৰে, সেইবাবে উন্নয়ন কৰ্তৃপক্ষৰ ৰাজহ সংগ্ৰহৰ সুযোগ যথেষ্ট কম।।
    অসমৰ ২৪খন উন্নয়ন কৰ্তৃপক্ষ, এইসমূহৰ অধ্যক্ষসকলৰ নাম, স্থাপনৰ বছৰ ইত্যাদিৰ তালিকা এনেক্সাৰ-Iত দেখুৱওৱা হৈছে।

    ক্ৰমিক নংউন্নয়ন কৰ্তৃপক্ষৰ নামনিৰ্মাণ বৰ্ষসভাপতিৰ নামনিযুক্তি / কাৰ্য্যগ্ৰহণৰ তাৰিখপদাধিকাৰৰ সমাপ্তিৰ তাৰিখঅধিসূচনাৰ তাৰিখ

    তিনিচুকীয়া

    ১৯৬৩

    তিনিচুকীয়াৰ উপায়ুক্ত

    ২৩.০৮.২০১৬

    -

    ২৩.০৮.২০১৬

    ডিব্ৰুগড়

    ১৯৮৬

    শ্ৰী বিতুল তালুকদাৰ

    ২৩.০৫.২০১৪

    ২২.০৫.২০১৯

    ২৩.০৫.২০১৪

    শিৱসাগৰ

    ১৯৮৪

    শিৱসাগৰৰ উপায়ুক্ত

    ১৬.০৭.২০১৭

    -

    -

    যোৰহাট

    ১৯৮৬

    যোৰহাটৰ উপায়ুক্ত

    ২৩.০৮.২০১৬

    -

    ২৩.০৮.২০১৬

    নাজিৰা- শিমলুগুৰি

    ১৯৯৫

    শ্ৰী হৰেণ ৰাজকোঁৱৰ

    ২৪.০২. ২০১৬

    ২৩.০২.২০২১

    ২৪.০২. ২০১৬

    তেজপুৰ

    ১৯৮৬

    পৰিতোষ দে

    ২৫.০৭.২০১৪

    ২৪.০৭.২০১৯

    ২৫.০৭.২০১৪

     

    নগাওঁ

    ১৯৮৬

    আনোৱাৰ হুছেইন

    ০২.০৩.২০১৫

    ০১.০৩.২০২০

    ০২.০৩.২০১৫

    জাগিৰোড

    ১৯৮৪

    শ্ৰী আনাৰাম বৰদলৈ

    ২০.০৫.২০১৩

    ১৯.০৫.২০১৮

    ২০.০৫.২০১৩

    নলবাৰী

    ১৯৯৫

    নলবাৰীৰ অতিৰিক্ত উপায়ুক্ত

    -

    -

    ২৭.০২.২০১২

    ১০

    বঙাইগাওঁ

    ১৯৯০

    শ্ৰী চন্দন দত্ত

    ১১.০২.২০১৬

    ১০.০২.২০২১

    ১১.০২.২০১৬

    ১১

    শিলচৰ

    ১৯৮৪

    মহম্মদ জালাল আহমেদ মজুমদাৰ

    ২২.০৫.২০১৫

    ২১.০৫.২০২০

    ২২.০৫.২০১৫

    ১২

    গোলাঘাট

    ২০০০

    ডঃ অজিত বৰুৱা

    ০৩.০৭.২০১৪

    ০২.০৭.২০১৯

    ০৩.০৭.২০১৪

    ১৩

    উত্তৰ লক্ষীমপুৰ

    ২০০০

    শ্ৰী অজয় বৰুৱা

    ১১.০২.২০১৪

    ১০.০২.২০১৯

    ০৮.১০.২০১৪

    ১৪

    সোণাৰী

    ২০০১

    শ্ৰী দিলীপ গগৈ

    ০২.০৪.২০১৫

    ০১.০৪.২০২০

    ০২.০৪.২০১৫

    ১৫

    ডিফু

    ২০০৩

    শ্ৰী লংকী ৰংপী

    ১১.০৯.২০১৫

    ১০.০৯.২০২০

    ১১.০৯.২০১৫

    ১৬

    দেৰগাওঁ

    ২০০৪

    শ্ৰী ভোলা হাজৰিকা

    ২২.০৯.২০১৬

    ২১.০৯.২০২১

    ২২.০৯.২০১৬

    ১৭

    বিশ্বনাথ চাৰিআলি

    ২০০৪

    হেৰম্ব হাজৰিকা

    ২৬.০২.২০১৪

    ২৫.০২.২০১৯

    ০৯.০১.২০১৪

    ১৮

    কৰিমগঞ্জ

    ২০০৪

    শ্ৰী উত্তম মজুমদাৰ

    ০৮.০৯.২০১৪

    ০৭.০৯.২০১৯

    ০৮.০৯.২০১৪

    ১৯

    ধুবুৰী- গৌৰীপুৰ

    ২০০৪

    শ্ৰী প্ৰদ্যাত কুমাৰ নেওগী

    ০৪.০৩.২০১৬

    ০৩.০৩.২০২১

    ০৩.০৩.২০১৬

    ২০

    মঙ্গলদৈ

    ২০০৪

    মহম্মদ মুহিবুৰ ৰহমান

    ০৫.০৭.২০১৪

    ০৪.০৭.২০১৯

    ০৫.০৭.২০১৪

    ২১

    গোৱালপাৰা

    ২০০৫

    গোৱালপাৰাৰ উপায়ুক্ত

    ২৩.০৮.২০১৬

    -

    ২৩.০৮.২০১৬

    ২২

    কোকোৰাঝাৰ

    ২০০৮

    শ্ৰী দাওৰাও দেকৰাব নাৰ্জাৰী

    ০৫.০৬.২০১৩

    ০৪.০৬.২০১৮

    ০৫.০৬.২০১৩

    ২৩

    ধেমাজী

    ২০০৮

    শ্ৰী ৰিখব গগৈ

    ১৯.০৭.২০১৩

    ১৮.০৭.২০১৮

    ২৪.০৬.২০১৩

    ২৪

    বৰপেটা

    ২০০৯

    শ্ৰী দিলীপ ভৰালী

    ১১.১২.২০১৪

    ১০.১২.২০১৯

    ১১.১২.২০১৪