NLCPRৰ অধীনত আগষ্ট,২০১৭লৈকে ২৯১.৬১ কোটি মূল্যৰ মুঠ ১৮টা প্ৰকল্প অনুমোদন কৰা হৈছিল। ইয়াৰ ১২০.৮৩ কোটি ভাৰত চৰকাৰ আৰু ১.৪০ কোটি টকা ৰাজ্য চৰকাৰৰ দ্বাৰা মোকলাই দিয়া হৈছে আৰু এই অৰ্থ বৰ্তমান ইউ.এল.বিৰ দ্বাৰা নিৰ্দিষ্ট প্ৰকল্পসমূহত বাস্তৱায়িত কৰা হৈছে। এই ১৮টা প্ৰকল্পৰ ভিতৰত ১টা প্ৰকল্প ইতিমধ্যে সম্পূৰ্ণ হৈছে।
বিস্তাৰিত তথ্য চাওক : ষ্টেটাছ ৰিপোৰ্টত